Home

Version 6.1 by Jayanta Sarma on 2019/06/17 12:48
Warning: For security reasons, the document is displayed in restricted mode as it is not the current version. There may be differences and errors due to this.

Failed to execute the [velocity] macro. Cause: [The execution of the [velocity] script macro is not allowed in [assamtoday:Main.WebHome]. Check the rights of its last author or the parameters if it's rendered from another script.]. Click on this message for details.

সাম্প্ৰতিক অসম উইকি প্ৰকল্প

সাম্প্ৰতিক অসম সম্বন্ধে  চিন্তাধাৰাৰ উকমুকনি বিভিন্নজনে ফেচবুকত প্ৰকাশ কৰা দেখিবলৈ পোৱা   যায়। কিন্তু লিখাবোৰ কামত অহাকৈ  সংগঠিত কৰিবলৈ ফেচবুক প্ৰস্তত মাধ্যম নহয়। তৰোপৰি ভাবাবেগৰ প্ৰাচুৰ্যত ফেচবুক প্ৰায়ে অসহনীয় হৈ উঠে।   সেয়ে প্ৰাসঙ্গিক চিন্তাধাৰাসমূহ লগতে ইতিহাস, তথ্যপাতি ইত্যাদি  উমৈহতীয়াভাৱে  বিকশিত আৰু সংগঠিত কৰিবলৈ XWiki ছফ্টৱেৰ চালিত এই ৱেবছাইটো পৰীক্ষামূলকভাবে গঢ়ি তোলা হৈছে। XWiki  হৈছে উমৈহতীয়াভাৱে সৃষ্টিশীল কাম কৰাৰ উৎকৃষ্ট মাধ্যম। এই কামত সহযোগিতা কৰিবলৈ আগ্ৰহী সকলে পোন প্ৰথমে পঞ্জীয়ণ কৰিব লাগিব।  পঞ্জীয়ণ হোৱাৰ পিছত  তলত দিয়া নিৰ্দেশাৱলী  অনুসৰি নতুন পাত কৰাৰ উপৰিও ইতিমধ্যে থকা পাতসমূহ শুধৰণি কৰিব বা নতুন তথ্য যোগ দিব পাৰিব। বিষয় এটা সম্পূৰ্ণ হৈ উঠিলে  অধিক সাল-সলনি বিশেষ সম্পাদকেহে কৰিব পাৰিব। সম্পাদনাৰ নীতি-নিয়ম লাহে লাহে গঢ় লৈ উঠিব। আগ্ৰহীসকলে হাত উজান দিলে এটা মহৎ কাৰ্য উমৈহতীয়াভাৱে সম্পাদন হোৱাৰ সম্ভাৱনা প্ৰৱল। আধুনিক তথ্য-প্ৰযুক্তিৰ এই সুবিধা কোনো খৰচ নকৰাকৈ উপলব্ধ কৰা হৈছে। পিছলৈ নিজা ড'মেইন ল'বলৈ কিছু খৰচ হ'ব কিন্তু সেয়া পিছৰ কথা । সদ্যহতে কামখিনি আৰম্ভ কৰিবলৈ আমি আগ্ৰহীসকলৰ কোনো অজুহাত নাই।

কল্পনা আৰু লক্ষ্য

সাম্প্ৰতিক অসম উইকি প্ৰকল্প অসম সম্বন্ধীয় চিন্তা, ইতিহাস, তথ্যপাতি আদি বিশালভাৱে বিতৰণ কৰিবলৈ প্ৰথমে উমৈহতীয়াভাৱে প্ৰস্তুত কৰাৰ সৃষ্টিশীল  প্ৰযুক্তি মাধ্যম। ইয়াত প্ৰস্তুত হোৱা বিষয়সমূহ Attribution 4.0 International (CC BY 4.0)   কপিৰাইট অনুসৰি  ব্যৱহাৰৰ উপলব্ধ হ'ব।

Learn more on how to use XWiki with the Failed to execute the [velocity] macro. Cause: [The execution of the [velocity] script macro is not allowed in [assamtoday:Main.WebHome]. Check the rights of its last author or the parameters if it's rendered from another script.]. Click on this message for details.
.

যোগাযোগ

যদি পঞ্জীয়ণ কৰাত সমস্যা হয় বা আপুনি সম্পাদক মণ্ডলীৰ এজন হ'ব খোজে +447424146636 হোৱাইটছএপ যোগে ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ সৈতে নিজৰ ইমেইলটো দি যোগাযোগ কৰক।  সম্পাদক মণ্ডলী গঠন হোৱা পৰ্যন্ত ডাঃ শৰ্মাই স্বেচ্ছাই প্ৰাৰম্ভিক দায়িত্ব পালন কৰিছে।

চমু নিৰ্দেশাবলী

To make the most out of your wiki, log-in and:

Use the Failed to execute the [velocity] macro. Cause: [The execution of the [velocity] script macro is not allowed in [assamtoday:Main.WebHome]. Check the rights of its last author or the parameters if it's rendered from another script.]. Click on this message for details.
button above to edit this page and start customizing your wiki to your needs.

Use the Failed to execute the [velocity] macro. Cause: [The execution of the [velocity] script macro is not allowed in [assamtoday:Main.WebHome]. Check the rights of its last author or the parameters if it's rendered from another script.]. Click on this message for details.
button above to add more pages to your wiki and create the hierarchy that best organizes your content.

Use the Failed to execute the [velocity] macro. Cause: [The execution of the [velocity] script macro is not allowed in [assamtoday:Main.WebHome]. Check the rights of its last author or the parameters if it's rendered from another script.]. Click on this message for details.
breadcrumbs located above the title to navigate inside your pages. It's easy to get lost in a big wiki without them.

You can also use the Sandbox for more demo content and generally a place to experiment with your wiki's features.