Last modified by Jayanta Sarma on 2019/06/17 15:30

Hide last authors
superadmin 1.1 1 {{box cssClass="floatinginfobox"}}
2 {{velocity}}
3 {{html clean="false"}}
4 ## Chrome's XSS Auditor blocks the preview action if:
5 ## * the submitted content has an iframe with an external URL
6 ## * the preview action displays the submitted iframe
7 ## The workaround is to make sure the submitted content (the macro markers) don't match the preview HTML.
8 ## See XWIKI-14818: Preview triggers ERR_BLOCKED_BY_XSS_AUDITOR in Chrome
9 #set ($iframe = 'iframe')
10 <$iframe src="https://www.youtube.com/embed/9QTWrZ7OfzI" title="YouTube video of XWiki" role="presentation" allowfullscreen></$iframe>
11 {{/html}}
12 {{/velocity}}
13 {{/box}}
14
Jayanta Sarma 1.2 15 = সাম্প্ৰতিক অসম উইকি প্ৰকল্প =
superadmin 1.1 16
Jayanta Sarma 7.1 17 সাম্প্ৰতিক অসম সম্বন্ধে  চিন্তাধাৰাৰ উকমুকনি বিভিন্নজনে ফেচবুকত প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। কিন্তু লিখাবোৰ কামত অহাকৈ  সংগঠিত কৰিবলৈ ফেচবুক প্ৰস্তত মাধ্যম নহয়। তৰোপৰি ভাবাবেগৰ প্ৰাচুৰ্যত ফেচবুক প্ৰায়ে অসহনীয় হৈ উঠে। সেয়ে প্ৰাসঙ্গিক চিন্তাধাৰাসমূহ লগতে সমকালীন তথ্যপাতি ইত্যাদি  উমৈহতীয়াভাৱে  বিকশিত আৰু সংগঠিত কৰিবলৈ XWiki ছফ্টৱেৰ চালিত এই ৱেবছাইটো পৰীক্ষামূলকভাৱে কৰা হৈছে। XWiki  হৈছে উমৈহতীয়াভাৱে সৃষ্টিশীল তথ্যপাতি সংগঠিত কৰি ৰখাৰ উৎকৃষ্ট মাধ্যম। এই কামত সহযোগিতা কৰিবলৈ আগ্ৰহী সকলে পোন প্ৰথমে [[পঞ্জীয়ণ >>https://assamtoday.myxwiki.org/xwiki/bin/register/XWiki/XWikiRegister]]কৰিব লাগিব।  পঞ্জীয়ণ হোৱাৰ পিছত  তলত দিয়া নিৰ্দেশাৱলী  অনুসৰি নতুন পাত কৰাৰ উপৰিও ইতিমধ্যে থকা পাতসমূহ শুধৰণি কৰিব বা নতুন তথ্য যোগ দিব পাৰিব। বিষয় এটা সম্পূৰ্ণ হৈ উঠিলে  অধিক সাল-সলনি বিশেষ সম্পাদকেহে কৰিব পাৰিব। সম্পাদনাৰ খুটি-নাটি নীতি-নিয়ম লাহে লাহে গঢ় লৈ উঠিব। আগ্ৰহীসকলে হাত উজান দিলে এটা মহৎ কাৰ্য উমৈহতীয়াভাৱে সম্পাদন হোৱাৰ সম্ভাৱনা প্ৰৱল। আধুনিক তথ্য-প্ৰযুক্তিৰ এই সুবিধা কোনো খৰচ নকৰাকৈ উপলব্ধ কৰা হৈছে। পিছলৈ নিজা ড'মেইন ল'বলৈ কিছু খৰচ হ'ব কিন্তু সেয়া পিছৰ কথা । সদ্যহতে কামখিনি আৰম্ভ কৰিবলৈ এই মঞ্চখন পৰ্যাপ্ত।
superadmin 1.1 18
Jayanta Sarma 3.3 19 = কল্পনা আৰু লক্ষ্য =
superadmin 1.1 20
Jayanta Sarma 7.1 21 'সাম্প্ৰতিক অসম উইকি প্ৰকল্প' অসম সম্বন্ধীয় সমকালীন চিন্তা আৰু তথ্যপাতি আদি  উমৈহতীয়াভাৱে প্ৰস্তুত কৰাৰ সৃষ্টিশীল  প্ৰযুক্তি মাধ্যম। ইয়াত প্ৰস্তুত হোৱা বিষয়সমূহ [[Attribution 4.0 International (CC BY 4.0) >>url:https://creativecommons.org/licenses/by/4.0/]] কপিৰাইট অনুসৰি  বিশালভাৱে বিস্তাৰ-বিতৰণ কৰিবলৈ উপলব্ধ হ'ব।
superadmin 1.1 22
Jayanta Sarma 1.2 23 {{box}}
24 Learn more on how to use XWiki with the {{velocity}}[[Getting Started Guide>>http://www.xwiki.org/xwiki/bin/view/Documentation/UserGuide/GettingStarted/WebHome?version=$xwiki.version]]{{/velocity}}.
25 {{/box}}
superadmin 1.1 26
Jayanta Sarma 1.2 27 (% class="row" %)
28 (((
29 (% class="col-xs-12 col-sm-6" %)
30 (((
Jayanta Sarma 3.2 31 = যোগাযোগ =
superadmin 1.1 32
Jayanta Sarma 4.2 33 যদি [[পঞ্জীয়ণ>>https://assamtoday.myxwiki.org/xwiki/bin/register/XWiki/XWikiRegister]] কৰাত সমস্যা হয় বা আপুনি সম্পাদক মণ্ডলীৰ এজন হ'ব খোজে +447424146636 হোৱাইটছএপ যোগে ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ সৈতে নিজৰ ইমেইলটো দি যোগাযোগ কৰক। সম্পাদক মণ্ডলী গঠন হোৱা পৰ্যন্ত ডাঃ শৰ্মাই স্বেচ্ছাই প্ৰাৰম্ভিক দায়িত্ব পালন কৰিছে।
superadmin 1.1 34 )))
Jayanta Sarma 1.2 35
36 (% class="col-xs-12 col-sm-6" %)
37 (((
Jayanta Sarma 12.23 38 = চমু নিৰ্দেশাৱলী =
superadmin 1.1 39
Jayanta Sarma 11.1 40 অৱদান দিবলৈ [[পঞ্জীয়ণ>>https://assamtoday.myxwiki.org/xwiki/bin/register/XWiki/XWikiRegister]] কৰি [[log-in>>https://assamtoday.myxwiki.org/xwiki/bin/login/]] কৰক আৰু:
Jayanta Sarma 3.3 41
Jayanta Sarma 9.1 42 Use the {{velocity}}$services.icon.render('pencil'){{/velocity}} button above to //edit// any page and start customizing .
Jayanta Sarma 3.3 43
Jayanta Sarma 10.1 44 Use the {{velocity}}$services.icon.render('add'){{/velocity}} button above to //add// more pages on a new topic and create the //hierarchy// that best organizes your content.
Jayanta Sarma 3.3 45
46 Use the {{velocity}}$services.icon.render('home'){{/velocity}} breadcrumbs located above the title to //navigate// inside your pages. It's easy to get lost in a big wiki without them.
47
Jayanta Sarma 10.1 48 You can also use the [[Sandbox>>Sandbox.WebHome]] for more demo content and to experiment with this wiki's features.
Jayanta Sarma 9.1 49
Jayanta Sarma 11.1 50 স্মাৰ্ট ফ'নৰ পৰিবৰ্তে কম্প্যুউটাৰ ব্যৱহাৰ কৰিলেহে কাম কৰিবলৈ সুবিধা পাৱ।
superadmin 1.1 51 )))
52 )))